Tuesday, December 18, 2012

প্রাপ্তি

 প্রাপ্তি

আকাশতে হঠাতে আঁকি দিলো
মোৰ স্বপ্নিল কবিতাৰ শাৰী
জোনাকে লৈ গ'ল তোমাৰ কাষলে
একাজলি সেউজীয়া জোনালী
তোমাৰ আকুলতাৰ উকা দেৱালত
সি হ'ল এখন প্রাপ্তিৰ ছবি।

No comments:

Post a Comment