Monday, December 21, 2020

ভাত আৰু সংবিধান

মূলঃ অৰুণ আদিত্য
অনুঃ বিতোপন গগৈ

আপোনাৰ কাঁহীত ভাত আছে
কাৰণ ঘৰত চাউল আছে

ঘৰত চাউল আছে
এইকাৰণেই যে পথাৰত কৃষক আছে

শুনিছো
দেশত এখন সংবিধান আছে!

No comments:

Post a Comment