Sunday, December 27, 2020

চহৰ

মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

চহৰ
যাৰ প্ৰতি
বহু মানুহ আকৰ্ষিত হয়

চহৰ
য'ত
কম মানুহ জীয়াই থাকে। 

১৮ নৱেম্বৰ, ২০২০

No comments:

Post a Comment