Saturday, March 20, 2021

প্ৰাৰ্থনাৰ বাবে মূৰ দোওৱা লোক

মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

নিজৰ চকু জপাই
প্ৰাৰ্থনাত ডুবি
মূৰ দোৱাই থকা লোকক
মই প্ৰায়ে
জাগি থকা কমকৈ
শুই থকা বেছিকৈ পাইছো।

২ মাৰ্চ, ২০২১

No comments:

Post a Comment