Monday, December 5, 2022

শিশু দিৱস

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

মোৰ সোণ
তুমি ইমানেই প্ৰেম কৰিবা
ইমানেই প্ৰেম কৰিবা যে
এই ঘৃণাৰে উপচ হৈ থকা
সমাজখনত
মাত্ৰ তুমি থকাটোৱেই
বিদ্ৰোহ যেন লাগক!

১৪ নৱেম্বৰ, ২০২২
ফটোঃ মানস

No comments:

Post a Comment